Saturday, July 21, 2012

কিবতাৰ কুম্লীয়া বুকু

কবিতা গুৱাহাটীৰ এটা ব্যক্তিগত প্রতস্থানৰ ৰিচেপচনিস্টতাইক দেখিলে যিকোনো পুৰুষৰ মনলৈ কামনাৰ ধল আহে। তাইৰ লগত মোৰ চিনা্কি এজন বন্ধুৰ যোগেদি। তাই গুৱাহাটিত এটা ভাড়া ঘৰত আৰু এজনী বান্ধৱীৰ সতে থাকে। মোৰ অফিচৰ কাষতে তাইৰ অফিচ। আমাৰ প্রায়ে হয়। মই জনাত তাইৰ কোনো বয় ফ্রেন্ড নাই। আমাৰ মাজত প্রায় ধেমালিতে কামোৰ দিয়া দি থাকে। কেতিয়াবা সীমা চেৰাই যায়।
তাই দেখাত থিক ব’গা নহয়, বুকু খন ৩২ জোঙ্গা নাক, ক্ষিণ ওখই প্রায় ৫ ফুট ৪ ইঞ্চি। চুলি খিনি কোমল ফিৰ-ফিৰিয়া আৰু চিধা। হাত- ভৰিৰ আঙ্গুলি বোৰ লিহিৰি লিহিৰি, ভৰিৰ আঙ্গুলিত আঙ্গঠি পিন্ধেনখবোৰ চুটি প্রায় ক’লা নেইল পলিশ বব্যাহাৰ কৰে। চকুত কাজল নিয়মীয়াকৈ লয়। নাকত সৰু ফুলি এটা পিন্ধে। সধাৰণতে তাই ৱেস্টাৰন  ফৰমেল পিন্ধে। মুঠতে প্রথম দেখাতে তাইক সেক্সী বুলি ক’ব পাৰি।
সেইদিনা শনীবাৰ আছিল। সময় প্রায় সন্ধ্যা ৭ বাজো বাজো। আমাৰ অফিচ চুটি কেতিয়াবাই হ’ল। কিন্তু এজাক বৰষুণে ঘৰলৈ যাব নোৱাৰা কৰি পেলাছিল। প্রয় ৭-৩০ মানত বৰষুণ এৰিলত ঘৰলৈ বুলি যাবলৈ বাইক স্টাৰত দিবলৈ লৈ দেখিলো ৰাস্তাত এককাল পানী। কি কৰো ভাবি থাকো্তেই কোনোবাই মোৰ নাম কাঢ়ি মতা শুনিলো। ঘূৰি চাই দেখো কবিতা। পিন্ধি থকা স্কাৰটটো আঠু লৈ্কে কোচাই এহাতত চেন্দেল আৰু বেগ লৈ আসহায় হৈ মোক মাতিছে।
“জিতদা আপুনি ঘৰলৈ যাবনেকি? চাওকচোন বৰষোণৰ মাজত কি কৰো ভাবি পোৱা নাই! অফিচ চুটি কেতিয়াবাই হ’ল আকলে আকলে বাৰান্দাত ৰৈ আ’টো লৈ বাট চাই থাকোতে ইম্মান দেৰি হ’ল”
“এৰা! মই ঘৰলৈ যাব ওলাইছো, তুমি জানো ইম্মান পানীত আ’টো পাবা?”
“জানো! ইফালে ৰুম মেট জনীও নাই, ঘৰলৈ গৈছে! আপুনি বেয়া নাপায় যদি মোক আল’প আগবঢ়াই দিবনেকি?”
“থিক আছে ব’লা।“
কবিতাক বাইকত তোলি মই লাহে লাহে পানীৰ মাজেৰে আগবাঢ়িবলৈ ধৰিলো। তেনেতে পিচফালৰ পৰা আহা গাঢ়ি এখনে আমাৰ গাত পানী চটিয়াই পাৰ হৈ গ’ল। দুয়ো তিতি জুৰুলি জুপুৰি হ’লো।
প্রায় ১ ঘন্টাৰ পিচত আমি গৈ কবিতাৰ ৰুম পালো। তেতিয়াই আকৌ শিলাবৃস্টি আৰম্ভ হৈছিল। মই কি কৰো থিক কৰিব নোৱাৰি থমকি ৰলো। তেনেতে কবিতাই ক’লে
“জিতদা বৰষুণ জাক বেছি জোৰকৈ দিছে, আপুনি ভিতৰতে আলপ ৰৈ দিয়ক।“
মই ভিতৰলৈ তাইৰ পিছে পিছে গলো, লাইট টো জলাই তাই ভিতৰলৈ গ’ল। অলপ সময়ৰ পিছত হাতত এখন টাৱেল লৈ পুনৰ আহিল। তেতিয়াহে মই তাইক ভালকৈ দেখিলো। তাই সম্পূণ ৰূপে তিতিছিল। তাইৰ আঠুৰ অলপ তলত পৰা স্কাৰ্টটো তাইৰ সুদৌল নিতাম্বত লিপিত খাই পৰিছে। তাইৰ সুগঢ়ি নিতাম্বই
তাইৰ খোজত আন্দোলিত হৈ এক ল’হৰ তুলছে। তাইৰ বগা কামিজটো তিতি গুলপীয়া বক্ষ্ব বন্ধনী জিলিকি পৰিছে।
তেনেতে তাইৰ চকুৱে চকুৱে পৰা্ত তাইৰ গাল দুখান লাজত ৰঙ্গা পৰি গল, আৰু মোক ক’লে
“ আপুনি গাটো মোচি লওক মই আপুনাক পিন্ধিবলৈ কিবা এটা দি আছো।“
সেই বুলি তাই পুনৰ ভিতৰলৈ গ’ল। মই দেখিলো যে তাইৰ গাৰ পৰা পনী পৰি মজিয়াখন পিচল হৈ পৰিছে। তেনেতে তাই ভিতৰৰ পৰা হাহি হাহি হাতত এখন দাংগৰ গামোচা লৈ মোৰ ফালে আহিল,
“ জিতদা আপুনাক পিন্ধাবলে মোৰ ৰূমত এখনৰ বাহিৰে একো নাই, আধা নাংথা হৈ থাকিব লাগিব ......।“
“মই লাজ নকৰো, পিছে তোমি নকৰি্লেই হ’ল”
মই তাইৰ পৰা গামোচা খন লওতে তাইৰ ফুৰফুৰীয়া গাৰ গো্নধাটো মোৰ নাকত লাগিল।

4 comments: